পদ্মনাথ গোহাঞি বৰুৱাই কোন ঠাইত জন্মপ্ৰহণ কৰিছিল ?

পদ্মনাথ গোহাঞি বৰুৱাই উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল ।