পদাৰ্থৰ ভৌতিক অৱস্থা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পদাৰ্থৰ ভৌতিক অৱস্থা তিনি প্ৰকাৰৰ- কঠিন, তৰল আৰু গেছীয়।