নব্য় সামাজিক ব্য়ৱস্থাৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক সমস্য়াসমূহ সমাধানত শিক্ষাই কি ভূমিকা গ্ৰহণ কৰিব লাগিব?

উত্তৰ= নব্য় সামাজিক ব্য়ৱস্থাৰ অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক সমস্য়াসমূহ সমাধানত শিক্ষাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।