ধাতৱ আৰু অধাতৱ গুণ থকা দুটা মৌলৰ নাম লিখা ?

ধাতৱ আৰু অধাতৱ গুণ থকা দুটা মৌলৰ নাম হ’ল আৰ্ছেনিক আৰু এন্টিমন।