ঢেমনা খোল কোনে অঞ্চলৰ ? এই খেল কোতিয়া অনুষ্ঠিত হয় ?

 অসমৰ বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত থলুৱা খেলবিধ হ’ল ঢেমনা অনা খেল । এইবিধ খেল কোনে কত কেতিয়া আৱিষ্কাৰ কৰিছিল সেয়া কোনেও নাজানে। এই খেল শীত কালত অনুষ্ঠিত হয়।