টমাছ আকুৱাইনাছ কোন আছিল ?

টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল । আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত আৰু কবি আছিল ।