জোনাকী পৰুৱা ৰাতি জিলিকে কিয়?

উত্তৰঃ জোনাকী পৰুৱাৰ যি পদাৰ্থবিধ জুইৰ দৰে জ্বলে, সেয়া মুঠেই জুই নহয়। ই ‘লুচি ফেৰণি’ নামৰ এবিধ জৈৱ পদাৰ্থ, ইয়াৰ কোনো তাপ নাই। জোনাকী পৰুৱাই তাৰ দেহত ভিতৰৰ কেইবাটাও প্ৰক্ৰিয়াৰ সাহায়ত সেই পোহৰ জ্বলাব আৰু নুমাব পাৰে।