জৈৱ বিৱৰ্তন কি ?


বৰ্তমান সময়ত দেখিবলৈ পোৱা নানা প্ৰকাৰৰ উদ্ভিদ , জীৱ – জন্তু আদি উক্ত ক্ৰমবিৱৰ্তনৰেই ফল মাথোন । এইদৰে ধাৰাবাহিকৰূপে সৰল একদেহী প্ৰাণীৰপৰা বিকশিত হৈ জটিলতাৰ প্ৰাণী আৰু উদ্ভিদৰ উৎপত্তি হোৱাকে উদ্ভিদ আৰু জীৱৰ ক্ৰমবিকাশ বা জৈৱ বিৱৰ্তন বোলে ।