জীৱাশ্ম ইন্ধন কি কি ?

 জীৱাশ্ম ইন্ধন প্রয়োগশালা বা গৱেষণাগাৰত প্ৰস্তুত কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ’ল – কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ।