জনমূৰি আয় কি ?

জনমূৰি আয় মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ে হ’ল জনমূলি আয়।