কোনো এটা বস্তু ক’লা বা বগা দেখাৰ আচল কাৰণটো কি?

উত্তৰঃ কেনো এটা বস্তু ওপৰত সৰ্যৰ পোহৰ পৰাৰ পাছত বস্তুটোৱা যদি সূৰ্যৰ সকলো বৰণৰ পোহৰক শোষণ কৰে তেন্তে বস্তুটো ক’লা দেখা যাব।