কিহৰ জৰিয়তে জাতীয় সচেতনাৰ ভাৱ জাগ্ৰত কৰি জাতীয় সংহতি সৃষ্টি কৰিব পাৰি ?

উত্তৰ= শিক্ষাৰ জৰিয়তে জাতীয় সচেতনাৰ ভাৱ জাগ্ৰত কৰি জাতীয় সংহতি সৃষ্টি কৰিব পাৰি।