কাঁচ শিল্প প্ৰথম ক’ত প্ৰচলন হয়?

উত্তৰঃ কাঁচ শিল্প প্ৰথম মিচৰত প্ৰচলন হয়। খ্ৰীষ্টপূৰ্ব ২০০০ ৰ পৰা ১৫০০ ৰ মাজত।