এনে এটা উদাহৰণ দিয়া যত চাপ প্ৰয়োগৰ ফলত ৰাসায়নিক বিক্ৰিয়া সংঘটি ত হয়?

উত্তৰঃ ফচফিন আৰু হাইড্ৰ’জেন ক্লৰাইডৰ মিশ্ৰণৰ ওপৰত অধিক চাপ প্ৰয়োগ কৰিলে সহতৰ মাজত বিক্ৰিয়া কৰি ফচফোনিয়াম ক্লৰাইড উৎপন্ন হয়। PH3 + HCI = PH4CI