এছ্‌-বেচ্-টচ্ কি?

উত্তৰঃ এছ্‌-বেচ্-টচ্ এনে এক পদার্থ যি জুইত নোপোৰে। এই শব্দটো হৈছে গ্ৰীক শব্দ। ইয়াৰ অৰ্থ হ’ল অদাহ্য। এছবেচ্চ্ খনিত পোৱা যায়। অলভিন নামৰ এক প্ৰকাৰ ধূসৰ সেউজ বৰণৰ পদাৰ্থৰ পৃথকীকৰণৰ ফলতে ইয়ার সৃষ্টি। এই অলভিন্ত কেলচিয়াম, মেগনেচিয়াম, চিলিকো চল্টৰ বাহিৰে আৰু একো নাথাকে।