এক ফেদম মানে কি?

উত্তৰঃ ফেদম হ’ল পানীৰ গভীৰতাৰ জোখ। এক ফেদম মানে ৬ ফুট।