উদ্ভিদত পোৱা পাঁচ শ্ৰেণীৰ হৰম’নৰ নাম লিখা ।

উদ্ভিদত পোৱা পাঁচ শ্ৰেণীৰ হৰম’নৰ নাম হ’ল ইণ্ডোল (অক্সিন), টাৰ্পেন (গিবেৰেলিন), এডেনিন (চাইটোকিনিন), কেৰোটিনইড (এবচিচিক এচিড) আৰু গেছ (ইথিলিন)ৰ ডেৰিভেটিভ।