উতলি কথা পানীৰ পাত্ৰ এটাত থাৰ্মোমিটাৰ এডাল ভৰাই দিলে থাৰ্মোমিটাৰ পাৰাৰ স্তম্ভ এটা নিৰ্দিষ্ট জোখত গৈ ৰৈ যায়। পানীখিননি ক্ৰমান্বয়ে উতলি থাকিলেও তাপমাত্ৰা কিয় নাবাঢ়ে? 19/05/202219/05/2022 Puspa Kakati উত্তৰঃ ১০০০ ছেণ্টিগ্ৰেডৰ পাচত পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হয়। Post Views: 57