‘ইন্‌টাৰ ফেৰোমিটাৰ’ কি?

উত্তৰঃ মিছেলচন নামৰ এজন বিজ্ঞানীয়ে ‘ইণ্টাৰ ফেৰোমিটাৰ’ যন্ত্ৰ আৱিষ্কাৰ কৰে। এই যন্ত্ৰৰ সহায়ত পোহৰৰ গতিৰ পৰিমাণ উলিয়াই গ্রহ নক্ষত্ৰৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি।