আয়োগে মাধ্য়মিক বিদ্য়ালয়সমূহক স্থায়ীভাৱে কিমান ধৰণৰ হোৱাটো বিচাৰিছিল?

উত্তৰ= আয়োগে মাধ্য়মিক বিদ্য়ালয়সমূহক স্থায়ীভাৱে দুই ধৰণৰ হোৱাটো বিচাৰিছিল।