আনুষ্ঠানিক শিক্ষাৰ প্ৰধান মাধ্য়ম হিচাপে পাঠ্য়ক্ৰমে কি প্ৰক্ৰিয়াত প্ৰদান ভূমিকা গ্ৰহণ কৰি আহিছে?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰধান মাধ্য়ম হিচাপে পাঠ্য়ক্ৰমে শিক্ষণ প্ৰক্ৰিয়াত প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে।