আধুনিক কবিতা বুলিলে কি বুজা ? আধুনিক কবিতাৰ প্ৰধান বৈছিষ্ট্যসমূহ কি কি ?

আধুনিক কবিতা সম্পৰ্কে আধুনিক বাংলা কবিতাত উল্লেখ আছে-“,অকল পুৰণি বস্তু হলেই ক্লাছিক নহয় আৰু নতুন কবিতা মানে নহয় অধুনিক। যথাৰ্থ কবিতা মানেই হ’ল আধুনিক কবিতা। আৰু যথাৰ্থ কবি মানেই হ’ল আধুনিক কবি। কবিতাত শব্দ মূল তাৰ প্ৰকৃত অৰ্থ যদি ফুটাই তুলিব পৰা নাযায় কবিতাটোৱে বিশেষ প্ৰভাৱ বিস্তাৰ নকৰে ।