অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন আছিল ?

উত্তৰঃ অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ মালতী মেম আছিল।