অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন ?

উত্তৰঃ অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা হ’ল কাৰ্বি আংলং।