অতি ঠাণ্ডাত পানীৰ পাইপ কিয় ফাটি যায়?

উত্তৰঃ ঠাণ্ডাত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰিত হয় আৰু আয়তন বাঢ়ি যায়। ফলত পানীৰ পাইপ ফাটি যায়।