‘ৰাডাৰ’ মানে কি?

উত্তৰঃ সম্পূৰ্ণ নাম ৰেডিঅ’ ডিটেক্‌চন এণ্ড ৰেঞ্জিং। প্ৰেৰণ কৰা আৰু প্রতিবিম্বিত হৈ উভতি অহা বিদ্যুৎ চুম্বক তৰংগৰ সহায়ত দূৰত থকা বস্তুৰ অস্তিত্ব আৰু অৱস্থান ধৰা পেলোৱা যন্ত্ৰ।