সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি ?

উত্তৰঃ সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম হ’ল বখতিয়াৰ খিলিজী।