স্বাধীনতাৰ পিছৰ কালছোৱাতো জাতীয় শিক্ষা সংগঠন কৰিবলৈ কি আচঁনি গঠন কৰা হয় ?

উত্তৰ= স্বাধীনতাৰ পিছৰ কালছোৱাতো জাতীয় শিক্ষা সংগঠন কৰিবলৈ জাতীয় শিক্ষা আঁচনি গঠন কৰা হয়।