মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ-মাতৃ নাম কি ?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী।