বৰ্তমানেও একে অৱস্থাত থকা পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰাণীবিধৰ নাম কি?

উত্তৰঃ বৰ্তমানেও একে অৱস্থাত থকা পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰাণীবিধ হ’ল পইতাচোৰা।