পৰপোষী কাক বোলে ? উদাহৰণ দিয়া ।

যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব নোৱাৰে । আৰু আন প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল । সেইবোৰ প্ৰাণীক পৰপোষী জীৱ বোলে ।যেনে – উদ্ভিদ , গছ – গছনি আদি