প্লাষ্টাৰ অফ্ পেৰিছ কি?

উত্তৰঃ কেলচিয়া ছালফেটৰ (2CaSO­­­­­­­4, H2O) যৌগ। পানীৰ সৈতে মিবলালে কিছু সময়ৰ পাছতে কঠিন হৈ পৰে। অংগ-প্ৰত্য়ংগ জোৰা লগাবলৈ বেণ্ডেজত ব্য়ৱহাৰ কৰা হয়।