পেট্ৰ’লিয়ামক ১০৫° ছেণ্টিগ্ৰেডৰ পৰা ৩০০° ছেণ্টিগ্রেড উষ্ণতাত আংশিক পাৰ্তিত কৰিলে যি পাতিত অংশ পোৱা যায় তাৰ নাম কি?

উত্তৰঃ পেট্ৰ’লিয়ামক ১০৫° ছেণ্টিগ্ৰেডৰ পৰা ৩০০° ছেণ্টিগ্রেড উষ্ণতাত আংশিক পাৰ্তিত কৰিলে যি পাতিত অংশ পোৱা যায় তাৰ নাম কেৰোচিন।