পদাৰ্থৰ তিনিটা অৱস্থা কি কি?

উত্তৰঃ পদাৰ্থৰ তিনিটা অৱস্থা হ’ল- কঠিন, তৰল আৰু গেছীয়।