তৰুণ ৰাম ফুকন আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়।
Question and Answer Solution