গোলকীয় উত্তাপন বুলিলে কি বুজা ?

গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা। সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ’ল ১৫ ডিগ্ৰী ছেলছিয়াছ।