গেলভানাইজড্ লোহা কি?

উত্তৰঃ লোহাক মামৰে ধৰাৰ পৰা প্ৰতিৰোধ কৰিবলৈ লোহাৰ ওপৰত যি দস্তাৰ আৱৰণ দিয়া হয় তাকে গেলভানাইজড্ লোহা বোলা হয়।