কৈশোৰ অৱস্থা কাক বোলে ?

জীৱনৰ যিটো কালত শাৰীৰিক পৰিবৰ্তন ঘটি পৈণত প্ৰজনন প্ৰাপ্তি হয় সেই কালচোৱাকে কৈশোৰ কাল বোলে ।