কিমান চনত ড° চন্দ্ৰশেখৰ ভেংকটৰমনে নোবেল বঁটা পাইছিল আৰু কি বিষয়ত পাইছিল?

উত্তৰঃ ১৯৩০ চনত চনত ড° চন্দ্ৰশেখৰ ভেংকটৰমনে নোবেল বঁটা পাইছিল। পদার্থ বিজ্ঞানত বিষয়ত পাইছিল।