কিমান চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰদি জাহাজৰ চলাচল আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৪৯ চনত কলিকতাৰ পৰা ব্ৰহ্মপুত্ৰদি জাহাজৰ চলাচল আৰম্ভ হৈছিল ।