এৰ’মেটিক যৌগবোৰ কি ?

এৰ’মেটিক যৌগবোৰ হৈছে সেইবোৰ যাৰ কেৱল এটা বন্ধ শৃংখল গাঁথনি আছে । এৰ’মেটিক যৌগৰ উদাহৰণ হৈছে বেঞ্জিন, টলুইন ইত্যাদি।