এলুমিনিয়াম কি?

উত্তৰঃ ৰূপৰ দৰে বগা পাতল ধাতু। বাচন-বৰ্তন, বৈদ্য়ুতিক তাঁৰ আদিৰ বাৱহাৰ কৰা হয়। বক্সাইডৰ (এলুমিনিয়াম অক্সাইড, AIo3) ৰূপত পোৱা যায়।