এটা ডাঠ আইনাৰ গিলাচত উতলা গৰম পানীত ঢালিলে গিলাচটো ফাটি যায় কিয়?

উত্তৰঃ গৰম পানী ঢলাৰ পাছত গিলাচৰ ভিতৰত তাপৰ ফলত কাঁচৰ প্ৰসাৰণ ঘটে কিন্তু গিলাচৰ বাহিৰত এই প্ৰসাৰণ সমানভাৱে নঘটে। গিলাচৰ আইনাৰ এই অসমান সম্প্ৰসাৰণৰ ফলত গিলাচটো ফাটি যায়।