এখন পাহাৰৰ ওপৰত ৰবৰৰ বল মাটিত মাৰিলে বলটো সমতলকৈ বেছি ওপৰলৈ কৰে কিয়?

উত্তৰঃ মাধ্য়াকৰ্ষণ শক্তিৰ বাবে। পাহাৰত মাধ্য়াকৰ্ষণ শক্তিৰ প্ৰভাৱ সমতলতকৈ কম।