উতলি কথা পানীৰ পাত্ৰ এটাত থাৰ্মোমিটাৰ এডাল ভৰাই দিলে থাৰ্মোমিটাৰ পাৰাৰ স্তম্ভ এটা নিৰ্দিষ্ট জোখত গৈ ৰৈ যায়। পানীখিননি ক্ৰমান্বয়ে উতলি থাকিলেও তাপমাত্ৰা কিয় নাবাঢ়ে?

উত্তৰঃ ১০০ ছেণ্টিগ্ৰেডৰ পাচত পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হয়।