উচ্চ শিক্ষানুষ্ঠানসমূহত কি লাভ কৰিবলৈ এক নিৰ্দিষ্ট মানদণ্ডৰ পাৰদৰ্শিতাৰ ভিত্তি নিৰ্ণয় কৰি দিব লাগে?

উত্তৰঃ উচ্চ শিক্ষানুষ্ঠানসমূহত কৰ্মসংস্থাপন লাভ কৰিবলৈ এক নিৰ্দিষ্ট মানদণ্ডৰ পাৰদৰ্শিতাৰ ভিত্তি নিৰ্ণয় কৰি দিব লাগে।