ইলেকট্ৰ’লাইটিক চেল বুলুলে কি বুজা?

উত্তৰঃ বৈদ্য়ুতিক শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰা চেলক ইলেকট্ৰ’লাইটিক চেল বোলা।