কোন জন্তুৰ ৰক্তচাপ আটাইতকৈ বেছি? Posted on 31/05/202231/05/2022 by Puspa Kakati উত্তৰঃ জিৰাফৰ ৰক্তচাপ আটাইতকৈ বেছি।
দুখন ঠেঙৰ ওপৰত খোজ কঢ়া আটাইতকৈ বৃহৎ প্ৰাণীবিধৰ নাম কি? Posted on 31/05/202231/05/2022 by Puspa Kakati উত্তৰঃ দুখন ঠেঙৰ ওপৰত খোজ কঢ়া আটাইতকৈ বৃহৎ প্ৰাণীবিধ হ’ল গৰিলা।
দক্ষিণ মেৰুত থকা বৃহৎ পক্ষীবিধৰ নাম কি? Posted on 31/05/202213/06/2023 by Puspa Kakati উত্তৰঃ পেংগুইন। ইহঁতে উৰিব নোৱাৰে।