ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যকৰী প্ৰতিবেদনত মানৱ উন্নয়নৰ কি কি তিনিটা সূচক উল্লেখ কৰা হৈছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যকৰী প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল – ১। প্ৰত্যাশিত আয়ুস,২। শিক্ষা আৰু ৩। জীৱন-যাত্ৰাৰ মান।