ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৰাষ্ট্ৰসংঘ দিৱস (ইংৰাজী: United Nations Day) ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়।